← ফুৰি যাওক

হাৰা-হাৰিকৈ

hārā-hārikai

অৰ্থ

1.

বেছি হোবাটোৰপৰা কাটি আনি কম হোবাটো পূৰ কৰি; কটা-কটিকৈ ভগা-ভগিকৈ

in just proportion

ক্ৰি. বিণ.

উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ

হাৰা-হাৰিকৈ · অসমীয়া অভিধান