কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘আ’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- আখৰা কৰ্a.kho.ra korVerb-Trans.
ৰাজহুৱা পৰিবৰ্শণৰ পূৰ্বে নাটক, সংগীত আদি বাৰে বাৰে অনুশীলন কৰা৷
Practice a play, music etc. for later public performance
- আখৰুবাকৈVerb; Noun
আখৰেৰে (অঙ্কন সলনি); আখৰৰ দ্বাৰা
in letters (as opposed to figures)
- আখৰে আখৰেAdverb
সম্পূৰ্ণৰূপে; চিনে-চাবে
exactly; literally
- আগ ধৰিāga, dhariAdverb
প্ৰথম কাম-স্বৰূপে; প্ৰথমতে এটাইতকৈ আগেয়ে
first of all; as the first act
- আগ ভেটি ধৰ্ag bhe.ti dhorVerb-Trans.
আগলৈ যোৱাত বাধা দে
to prevent from advancing
- আগ লāga, laIntransitive verb
আগ আন্।
- আগ-চামিলেāga-cāmileAdverb
মূখৰ আগতে; সমূখত; মুখা-মুখিকৈ
face to face
- আগ-ধৰিag-dho.riAdverb
সকলোৰে বা সকলোতকৈ আগত থকা, অহা বা হোৱা৷
Come in the first place before anything/anyone else.
- আগʼইতাAdverb
উপযুক্ত, স্বাভাৱিক বা আশা কৰা সময়তকৈ আগেয়ে (অতীত বা ভৱিষ্যতত হোৱা)।
Before the due, usual or expected time (occured in the past or future).
- আগচVerb-Trans.
0
to stop something or somebody on the way from one place to another.
- আগচি ধৰVerb-Trans.
0
to stop something or somebody on the way from one place to another.
- আগচ্āgacTransitive verb
আগুৰি ধৰ্; আগলৈ যাব নোবৰাকৈ বাধা দি; আগ ভেটি ধৰ্; আগুৰ্
to prevent from advancing by standing on the way
- আগজাননী দেag.ja.no..ni deVerb-Trans.
বৰ্ত্তমানে উপলদ্ধ তথ্যৰ ভিত্তিত আগলে কি হ’বপাৰে তাক আগতীয়াকৈ কোৱা বা জনোৱা যেনে বতৰ বা বিক্ৰীৰ বিষয়ে কোৱা
to estimate about what will or may happen in the future, based on avilable present information e.g. of weather or sale
- আগতীয়া হa.go.ti.ya hoVerb-Intran.
কিহবাৰ আগতে হোৱা বা কৰা৷
to come or exist before in the time, in advance of
- আগতীয়াকৈVerb root
ধন দি ল
to book
- আগতেāgateAdverb
সমুখতে; আগত থাকোঁতে
in front; in presence
- আগপিচ গুণিag.pis gu.niAdverb
মনোযোগ দি বা বিশেষভাৱে যত্ন লৈ৷
taking care or paying attention.
- আগবাঢ়ag.barVerb-Intran.
আগলৈ যোৱা
to move in the forward direction
- আগলৈāgalaiAdverb
আগ-ফাললৈ; সম্মুখৰ ফাললৈ
forward
- আগল্āgalVerb root
অধিকা হ; ব্যবহাৰৰ পাচত বেছি হৈ থাক্; যেনে-"ৰান্ধিবাৰ মৎস্য মাংস যতেক আগলে। চাৰি ভাইক দেন্ত নিয়া বিকিবাৰ ছলে" (বিৰাট-পৰ্ব্ব)
to remain after use