← ফুৰি যাওক

আগতে

āgate

অৰ্থ

1.

সমুখতে; আগত থাকোঁতে

in front; in presence

ক্ৰি. বিণ.

2.

কিছু কালৰ পূৰ্ব্বে

some time back

ক্ৰি. বিণ.

উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ

আগতে · অসমীয়া অভিধান