কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘ত’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- তনুজাto.nu.jaCommon Noun
কন্যা-সন্তান
a female child or person in relation to her parents.
- তনুত্ৰto.nut.roMaterial Noun
ৰণুৱাৰ গাত পিন্ধা ধাতুৰ চোলাজাতীয় আভৰণ; আজিকালি ধাতুৰ সলনি অন্য কঠিন বস্তুও ব্যৱহাৰ কৰা দেখা যায়|
Protective covering made of metal and used in combat; now a days some other hard materials are also used for the same purpose.
- তনুদ্ভৱto.nud.bhobCommon Noun
পিতৃ-মাতৃৰ পুৰুষ সন্তান।
a male child or person in relation to his parents.
- তনুবাৰto.nu.barMaterial Noun
ৰণুৱাৰ গাত পিন্ধা ধাতুৰ চোলাজাতীয় আভৰণ; আজিকালি ধাতুৰ সলনি অন্য কঠিন বস্তুও ব্যৱহাৰ কৰা দেখা যায়|
Protective covering made of metal and used in combat; now a days some other hard materials are also used for the same purpose.
- তনুব্ৰণMaterial Noun
ছালত (বিশেষকৈ মুখমণ্ডলত) হোৱা সৰু ফোঁহা।
small swelling of the skin, usually caused by acne; a papule or pustule.
- তনুমধ্যto.nu.mo.dhyoMaterial Noun
তপিনা আৰু পিঠিৰ মাজৰ ভাগ।
The part of the body above and slightly narrower than the hips.
- তনুৰুচিto.nu.ru.siMaterial Noun
জীৱিত বা মৃত, প্ৰাণী বা উদ্ভিদৰ শাৰীৰিক গঠন বা ভৌতিক ৰূপ।
the physical structure and material substance of an animal or plant, living or dead.
- তনূtanūNoun
শৰীৰ; গা; দেহ
the body
- তনূনপাত্to.nun.patMaterial Noun
কোনো ইন্ধন বা অন্য বস্তু জ্বলালে অক্সিজেন বা অম্লজানৰ সৈতে মিলিত হৈ ঘটা এক অৱস্থা, প্ৰক্ৰিয়া বা দহন, যাৰ ফলত পোহৰ, তাপ আৰু শিখা উত্পন্ন হয় ৷
a state, process, or instance of combustion in which fuel or other material is ignited and combined with oxygen, giving off light, heat, and flame
- তনূব্ৰণMaterial Noun
ছালত (বিশেষকৈ মুখমণ্ডলত) হোৱা সৰু ফোঁহা।
small swelling of the skin, usually caused by acne; a papule or pustule.
- তনূৰুহCommon Noun
পিতৃ-মাতৃৰ পুৰুষ সন্তান।
a male child or person in relation to his parents.
- তন্তিAbstract Noun
একেডাল ৰেখাত সজোৱা বহু সংখ্যক ব্যক্তি বা বস্তু৷
a number of persons or things arranged in a line, esp. a straight line.
- তন্তুton.tuCommon Noun
জন্ম আৰু যৌন ক্ষমতা লাভৰ মাজৰ বয়সৰ লোক
A person between birth and puberty
- তন্তুকton.tukMaterial Noun
যিকোনো মিহি সূতাৰ দৰে বস্তু, অৰ্থাৎ মিহি তন্তু
any threadlike structure or filament
- তন্তুকীটCommon Noun
পাট সূতা উৎপাদন কৰা আৰু নুনিগছৰ পাত খোৱা এবিধ পলু
a worm which feeds on mulberry leaves and used to produce <i>pat</i> silk in Assam
- তন্তুনাভton.tu.nabhCommon Noun
এৰেনি বৰ্গৰ অন্তৰ্ভুক্ত পৰভোজী সন্ধিপদী প্ৰাণী, যাৰ সৰহভাগেই নিজৰ বাহ হিচাপে আৰু চিকাৰ ধৰিবলৈ জাল গোঁথে ৷
any of numerous predaceous arachnids of the order Araneae, most of which spin webs that serve as nests and as traps for prey
- তন্তুভCommon Noun
এছিয়া আৰু ইউৰোপ মহাদেশত ইয়াৰ বীজ আৰু খাব পৰা পাতৰ বাবে খেতি কৰা ব্ৰাচিকা প্ৰজাতিৰ এক উদ্ভিদ৷
An Eurasian plant of the genus Brassica, especially B. nigra and B. juncea, which are cultivated for their pungent seeds and edible leaves. OR, a condiment made from the powdered seeds of these plants.
- তন্তুৱায়ton.tu.bayCommon Noun
এৰেনি বৰ্গৰ অন্তৰ্ভুক্ত পৰভোজী সন্ধিপদী প্ৰাণী, যাৰ সৰহভাগেই নিজৰ বাহ হিচাপে আৰু চিকাৰ ধৰিবলৈ জাল গোঁথে ৷
any of numerous predaceous arachnids of the order Araneae, most of which spin webs that serve as nests and as traps for prey
- তন্ত্তtanttaNoun
সূতা
thread
- তন্ত্তকীটtanttakīṭaNoun
ৰেচমৰ কীট
silkworm