← ফুৰি যাওক

তন্তুৱায়

ton.tu.bay

অৰ্থ

1.

এৰেনি বৰ্গৰ অন্তৰ্ভুক্ত পৰভোজী সন্ধিপদী প্ৰাণী, যাৰ সৰহভাগেই নিজৰ বাহ হিচাপে আৰু চিকাৰ ধৰিবলৈ জাল গোঁথে ৷

any of numerous predaceous arachnids of the order Araneae, most of which spin webs that serve as nests and as traps for prey

জাতিবাচক বিশেষ্য

সমাৰ্থক শব্দ

2.

কাপোৰ ব’ব, কাটিব জনা মানুহ |

a male whose occupation is weaving

জাতিবাচক বিশেষ্য

সমাৰ্থক শব্দ

উৎস: xobdo.org. সম্পূৰ্ণ উৎসৰ বিৱৰণ

তন্তুৱায় · অসমীয়া অভিধান