← ফুৰি যাওকতনূtanūঅৰ্থ1.শৰীৰ; গা; দেহthe bodyবি.সমাৰ্থক শব্দতনু · tanu2.পাতল; সেৰেঙা; ডাঠ নোহোবাnot closely placed; thinবিণ.সমাৰ্থক শব্দতনু · tanu3.লাহী; কৱশ; সৰু আকৱতিৰslenderবি.সমাৰ্থক শব্দতনু · tanuউৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ