কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘ই’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- ইটা-গুড়িiṭā-guṛiNoun
ইটা ভাঙি কৰা ধূলি; চুৰকি
brick-dust; soorki
- ইটা-গুড়িৰAdjective
অৰ্থাৎ ৰঙচুবা বৰণৰ
reddish; like the colour of brick-dust
- ইটাখলিi.ta.kho.liMaterial Noun
ইটাভটা থকা ঠাই, পথাৰ।
a field where bricks are made.
- ইটাখুলিi.ta.khu.liMaterial Noun
ইটাভটা থকা ঠাই, পথাৰ।
a field where bricks are made.
- ইটানগৰProper Noun
উত্তৰ পূব ভাৰতৰ অৰুণাচল প্ৰদেশৰ ৰাজধানী চহৰ৷
Capital of Arunachal Pradesh in North-East India
- ইটালীi.ta.liProper Noun
দক্ষিণ ইউৰোপৰ এখন দেশ৷
Italy, officially the Italian Republic, is a unitary parliamentary republic in Southern Europe.
- ইটোiṭoAdjective; Pronoun
এইটো (ওচৰৰ বস্ত্ত বা মানুহ)
this
- ইটো-সিটোকi.to`-xi.to`kPronoun
কোনো কোনো ব্যক্তিক
this or that person, i.e. randomly to some persons
- ইঠাই-সিঠাইলৈi.thai-xi.thai.loiPronoun
কোনো নিৰ্দিষ্ট ঠাইত নথকা, অনেক ঠাইত ঘূৰি ফুৰা ৷
to this place and that.
- ইণ্টাৰনেটin.tar.ne`tAbstract Noun
যোগাযোগৰ অত্যাধুনিক ব্যৱস্থা,ইয়াৰ দ্বাৰা বিশ্বৰ অন্যান্য কম্পিউটাৰৰ লগত সংযোগ কৰিব পাৰি৷
An interconnected system of networks that connects computers around the world via the TCP/IP protocol.
- ইণ্টাৰপ’লin.tar.po’’lProper Noun
এই সংগঠনৰ যোগেদি বিভিন্ন দেশৰ আৰক্ষী বাহিনীবোৰে পৰস্পৰক সহায় কৰে ।
An international organization that enables the police forces of different countries to help each other to solve crimes.
- ইণ্টেন্চিভ কেয়াৰ ইউনিটin.ten.sibh ke.yar iu.nitProper Noun
কঠিন ৰোগী বা গুৰুতৰভাৱে আহত লোকক সকলো সময়তে চোৱা-চিতা আৰু চিকিৎসা কৰা চিকিৎসালয়ৰ কৰা এটা বিশেষ শাখা ৷
A specialized section of a hospital containing the equipment, medical and nursing staff, and monitoring devices necessary to provide intensive care.
- ইণ্ডিকাin.di.kaProper Noun
টাটা মটৰ্চে নিৰ্মাণ কৰা সৰু মটৰ গাড়ী৷ থলুৱা কাৰিকৰী আৰু প্ৰযুক্তি বিদ্যাৰ প্ৰয়োগেৰে নিৰ্মাণ কৰা প্ৰথম ভাৰতীয় সৰু মটৰ গাড়ী৷ ইয়াৰ নামটো ইণ্ডিয়াৰ পৰা ইণ্ডি আৰু কাৰৰ পৰা কা লৈ ইণ্ডিকা লোৱা হৈছে৷
a passenger car manufactured by TATA MOTORS.It is the first ingeniously built car in India. The name Indica is from India's Car.
- ইণ্ডোনেচিয়াin.do`.ne.si.yaProper Noun
দক্ষিণ পূব এচিয়াৰ এখন দেশ৷ বহুত দ্বীপৰ সমষ্টি৷
Indonesia, officially the Republic of Indonesia, is a sovereign state in Southeast Asia and Oceania. Indonesia is an archipelago comprising thousands of islands.
- ইতস্ততঃitastataḥNoun
দুটা কাৰ্য্যৰ কোনটো কৰা উচিত, তাক নিশ্চয় কৰিব নোবৰা অবস্হা; নিশ্চয় কৰিব নোবাৰি ইপিনে-সিপিনে যোবা; খুদুবনি সন্দেহ
wavering; indecision
- ইতিকথাiti.ko.thaAbstract Noun
অতীতৰ ঘটনাৰাজিৰ বিৱৰণ৷
narrative account of the past, particularly political,cultural and social events.
- ইতিকিংitikimNoun
তুচ্ছ কৰা; উপহাস
the act of ridiculing or joking
- ইতিবাচকতাবাদAbstract Noun
বিশেষভাৱে অভিজ্ঞতাভিত্তিক বৈজ্ঞানিক প্ৰমাণৰ ওপৰত নিৰ্ভৰশীল সমাজ অধ্যয়নৰ দৃষ্টিভংগীক বৰ্ণনা কৰিবলৈ ব্যৱহাৰ কৰা শব্দ৷
a term used to describe an approach to the study of society that relies specifically on empirical scientific evidence.
- ইতিবৃত্তi.ti.bri.ttoAbstract Noun
অতীতৰ ঘটনাৰাজিৰ বিৱৰণ৷
narrative account of the past, particularly political,cultural and social events.
- ইতিবৱত্তitibawattaNoun
যিটো ঠিক এনেকৈ ঘটিছে; অতীতৰ বিবৰণ; ইতিহাস
an account of the past; history