ইটাখুলি
i.ta.khu.li
অৰ্থ
1.
ইটাভটা থকা ঠাই, পথাৰ।
a field where bricks are made.
বস্তুবাচক বিশেষ্য
সমাৰ্থক শব্দ
2.
অহোমসকলৰ সামৰিক কোঠ৷ বৰ্তমানৰ পানবজাৰৰ শুক্লেশ্ৰ মন্দিৰৰ লগত৷ ইটাখুলিৰ ৰণ অসম বুৰঞ্জীৰ উল্লেখনীয় ঘটনা৷
A military outpost of Ahom dynasty. It is in present day Guwahati city near Sukleswar devalay in Panbazar. It is known for `battle of Itakhuli`(1665)
সংজ্ঞাবাচক বিশেষ্য
উৎস: xobdo.org. সম্পূৰ্ণ উৎসৰ বিৱৰণ