কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘প’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- পদ্ধতিগতpod.dho.ti.go.toProper Adj.
সুন্দৰকৈ সজোৱা বা শাৰী পাতি সজাই ৰখা
arranged or disposed in a neat, tidy manner or in a regular sequence
- পদ্যতpo.dyotProper Adj.
পদ্যৰ বান্ধনিত বা পদ-ছন্দত
as in a poem or part of a verse
- পনপইনাProper Adj.
কোনো ভাঁজ, কোণ, বেঁকা অংশ বা বিষমতা নথকা; প্ৰত্যক্ষ বা উপযুক্ত, পথ বা প্ৰক্ৰিয়া লোৱা বা ধাৰণ কৰা
free from curves, bends, angles, or irregularities; lying along or holding to a direct or proper course or method
- পনীয়াpanīẏāAdjective
পানীৰ নিচিনা; জুলীয়া; পানীৰে মিহলি
watery; liquid; mixed with water
- পপীয়াpapīẏāAdjective
পাপী; অধৰ্ম্মী
sinful
- পবালpabālaAdjective
দীঘল পাব থকা; এটা গাঁঠিৰপৰা আন গাঁঠিলে বাঢ়ি যোবা (বাঁহ, বেত আদি)
having long joints; growing from joint to joint; having joints apart from each other. (as opposed to knotty, said of a bamboo or a cane)
- পবালিpabāliAdjective
দীঘল পাব থকা; এটা গাঁঠিৰপৰা আন গাঁঠিলে বাঢ়ি যোবা (বাঁহ, বেত আদি)
having long joints; growing from joint to joint; having joints apart from each other. (as opposed to knotty, said of a bamboo or a cane)
- পবিত্ৰpabitraAdjective
শুচি; শুদ্ধ
ceremonially clean; pure
- পবিত্ৰ-কীৰ্ত্তিpo.bi.tro-kir.tiProper Adj.
অতি পবিত্ৰ বা পুণ্যৱান
having a spiritually pure quality
- পবীয়াpabīẏāAdjective
পাব থকা; যেনে-"দুপষীয়া চুঙা"
consisting of joint or joints, as a bamboo
- পমুবাpamubāNoun
পামত থাকি খেতি কৰা মানুহ
one living on land, distant from home and taken up for temporary cultivation
- পমুৱাpo.mu.waProper Adj.
বাহিৰৰ পৰা অহা লোক যি খিলঞ্জীয়া নহয়
a person who comes to a country where they were not born in order to settle there.
- পলকহীনpo.lok.hinProper Adj.
চকু নিটিপিওৱা বা চকুৰ পচাৰ/পলক নপৰা।
Showing no visible emotion and not blinking (eyes) by hearing or seeing something unexpected.
- পলসুবাAdjective
পলস থকা (কাঠ বা মাটি)।
- পলসুৱাpoloxuwaProper Adj.
বোকা, বালি আৰু পলস-যুক্ত (উৰ্বৰা মাটি)
(rich soil) consisting of clay, sand and humus
- পলাউৰীAdjective
পলোবা (তিৰোতা)
absconding; eloping
- পলাতকAdjective
পলাই যোবা; পলৰীয়া
fugitive
- পলায়নবাদীpo.la.yon.ba.diCommon Noun
যি প্ৰতিকূল পৰিস্থিতিৰ পৰা পলায়ন ক।
someone who is on the run, one who flees from uncongenial situation.
- পলিতpalitaAdjective
পকাচুলীয়া
grey-haired
- পলীয়াpalīẏāNoun
পাল অনুসৰি কাম কৰা মানুহ
one of several persons working by rotation