কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘জ’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- জলচৰjalacaraAdjective
পানীত থকা; পানীত চৰি ফুৰা
living in water; acquatic
- জলজjalajaAdjective
পানীত জন্মা বা হোবা
born or produced in water
- জলজল-পটপটjol.jol-pot.potProper Adj.
ভালকৈ দেখা পোৱা অৱস্থা৷
condition where things can be seen clearly
- জলজলীয়াjol.jo.li.yaProper Adj.
বহু পৰিমাণৰ প্ৰাকৃতিক অথবা কৃত্ৰিম পোহৰ যুক্ত৷
Having lots of light either natural or artificial.
- জলজাতjo.lo.ja.toProper Adj.
পানীত জন্মা অথবা বাস কৰা অথবা পানীত চৰি ফুৰা৷
Operating or living or growing in water.
- জলজীয়াতjalajīẏātaAdjective
জনাজাত; সকলোবে জনা
public; known to all
- জলদjaladaNoun
যি পানী দিয়ে; মেঘ
cloud
- জলধাjaladhāAdjective
একো কৰিব নজনা; অপাত্ৰ
incompetent
- জলন্তVerbal Adj.
জ্বলি থকা ।
Bright or glossy in appearance.
- জলন্ধৰীয়াAdjective
শুবীয়া; শোবেধৰা
dropsical
- জলপনীয়াjol.po.ni.yaProper Adj.
জলপান বা লঘূ আহাৰৰ কাৰণে উপযুক্ত
fit for a light meal only
- জলবাহিতjo.lo.ba.hi.toAdjective Adj.
পানীয়ে বিয়পোৱা বা কঢ়িয়াই অনা৷
something carried or spread by water.
- জলবৈদ্যুতিকjo.lo.boi.dyu.tikProper Adj.
জলপ্ৰৱাহৰ শক্তিৰ পৰা উৎপাদিত বিদ্যুতৰ সৈতে সম্পৰ্কিত।
refers/related to electricity produced by water power.
- জলভৰjalabharaAdjective
শোথ্ ৰোগীৰ দৰে গা ডাঙৰ বা এলেহুবা
plump; lazy; worthless
- জলম-জটমjalama-jaṭamaAdjective
জলমৰ দৰে সোলোক-ঢোলোক্ বা গাত ভালকৈ নেখাই ওলমি পৰা
hanging loose, as clothes
- জলমগ্নjo.lo.mog.noVerbal Adj.
পানীৰ তলত ভালকৈ বুৰা বা তল যোৱা ।
Something which have been immersed thoroughly or going into the deep of water.
- জলমধৰীয়াjalamadharīẏāAdjective
হাগি-মুতি নিশকতীয়া হোবা
emaciated; lean and lank
- জলমলীয়াjol.mo.li.yaProper Adj.
বহু পৰিমাণৰ প্ৰাকৃতিক অথবা কৃত্ৰিম পোহৰ যুক্ত৷
Having lots of light either natural or artificial.
- জলশূন্যjo.lo.xu.nyoProper Adj.
ৰস বা পানী নথকা
Not having moisture or water
- জলসিক্তjo.lo.xit.toVerbal Adj.
পানী বা কোনো জুলীয়া পদাৰ্থ লাগি থকা ।
Covered or soaked with a liquid, such as water