← ফুৰি যাওকজলচৰjalacaraঅৰ্থ1.পানীত থকা; পানীত চৰি ফুৰাliving in water; acquaticবিণ.সমাৰ্থক শব্দজলচাৰী · jalacārī2.জল-জন্ত্তan acquatic animalবি.সমাৰ্থক শব্দজলচাৰী · jalacārīউৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ