কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘ক’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- কথনNoun; Adjective
কথনীয়।
- কথনীয়Adjective
ক'বলৈ বা ক'বৰ উপযুক্ত; কোবাৰ যোগ্য
fit to be spoken
- কথা গৰকাAdjective
কোনো কথা অৰ্থাৎ বিষয়ত ভাল-বেয়া ভালকৈ গমি চোবা
considerate
- কথা চহকীko.tha so.ho.kiProper Adj.
যুক্তিৰে মনত লগাকৈ কথা ক’ব পৰা লোক |
Having or exercising the power of fluent, forceful, and appropriate speech.
- কথাই কথাইko.thai. ko.thaiProper Adj.
কিহবাৰ কথিত অথবা লিখিত ৰূপৰ সৈতে হুবহু একে
word for word; exactly as spoken or written
- কথাবাহীAdjective
কথাৰে ভৰা বা চহকী; বহুত কথা ক'ব পৰা; সামান্য কথাকে দীঘলাই কোবা; হোবাই নোহোবাই কথা কোবা
talkative; garrulous
- কথাৰ চলVerbal Adj.
কথা-বতৰাৰ মাজত কোনো বিষয় উত্থাপন কৰাৰ সুযোগ বা সুবিধা
the chance or opportunity to introduce a topic in the course of conversation
- কথিতkathitaAdjective
যিটো কোবা হৈছে; উক্ত
said; mentioned
- কথ্যkathyaAdjective
ক'বৰ উপযুক্ত বা যোগ্য
fit to be spoken
- কদধংkadadhamAdjective
কুৎসিত
cadaverous
- কদাকায়ko.da.kayProper Adj.
দেখিবলৈ বেয়া, বেয়া গঢ়ৰ।
Unpleasant to the eye, ear or mind.
- কদাকাৰkadākāraAdjective
অশুবনী; আগঢ়ী
ugly
- কদাচাৰীko.da.sa.riProper Adj.
যাক দমন বা শাসন কৰিব নোৱাৰি, যেনেঃ ব্যক্তি, বাসনা বা সাহস।
that cannot be subdued or overcome, as persons, will, or courage.
- কদৰ্যkadaryaAdjective
কুৎসিত; জঘন্য; বেয়া
ugly; dirty
- কদৰ্য্যkadaryyaAdjective
কুৎসিত; জঘন্য; বেয়া
ugly; dirty
- কন-কনিয়াProper Adj.
ৰস বা পানী নথকা
Not having moisture or water
- কনকননিkon.ko.no.niVerbal Adj.
টকা বা অলংকাৰৰ দৰে শব্দ কৰা ।
ringing sounds as a small bell.
- কনকপ্ৰভko.nok.probhProper Adj.
সোণৰ দৰে উজ্বল মুগা-হালধীয়া বৰণীয়া৷
Having the deep slightly brownish colour of gold.
- কনকময়ko.nok.moyProper Adj.
সোণৰ দৰে উজ্বল মুগা-হালধীয়া বৰণীয়া৷
Having the deep slightly brownish colour of gold.
- কনিষ্ঠkaniṣṭhaAdjective
বয়সে সৰু বা পাছত ওপজা; যেনে-"কনিষ্ঠ ভাই"
younger