← ফুৰি যাওককদৰ্য্যkadaryyaঅৰ্থ1.কুৎসিত; জঘন্য; বেয়াugly; dirtyবিণ.সমাৰ্থক শব্দকদৰ্য · kadarya2.নীচ; যেনে-"কদৰ্য্য আচৰণ"mean; contemptibleবিণ.সমাৰ্থক শব্দকদৰ্য · kadarya3.কৱপণ; নিজক দুখ দি ধন সঁচাmiserly; niggardlyবিণ.সমাৰ্থক শব্দকদৰ্য · kadaryaউৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ