কথাই কথাই
ko.thai. ko.thai
অৰ্থ
1.
কিহবাৰ কথিত অথবা লিখিত ৰূপৰ সৈতে হুবহু একে
word for word; exactly as spoken or written
প্ৰকৃত বিশেষণ
সমাৰ্থক শব্দ
2.
প্ৰতিটো কথাতে বা কথাৰ মাজে-মাজে
in every utterance or in between conversation
প্ৰকৃত বিশেষণ
উৎস: xobdo.org. সম্পূৰ্ণ উৎসৰ বিৱৰণ