← ফুৰি যাওকখানিকমানkhānikamānaঅৰ্থ1.অলপ বেলি; একক্ষণ; খন্তেকa moment; a very short timeবি.সমাৰ্থক শব্দখানিক · khānika2.[সং. খণ্ড] বি. অলপ পৰিমাণa small quantity or amountবি.সমাৰ্থক শব্দখানিক · khānikaউৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ