← ফুৰি যাওক

খানিক

khānika

অৰ্থ

1.

অলপ বেলি; একক্ষণ; খন্তেক

a moment; a very short time

বি.

সমাৰ্থক শব্দ

2.

[সং. খণ্ড] বি. অলপ পৰিমাণ

a small quantity or amount

বি.

সমাৰ্থক শব্দ

উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ