← ফুৰি যাওকখলপাkhalapāঅৰ্থ1.[সং. কল্প] তৰপ; বখলাa stratum; a layerসমাৰ্থক শব্দখলপ · khalapa2.থাকa shelfসমাৰ্থক শব্দখলপ · khalapa3.এটা ঘৰৰ ওপৰত সজা আন এটা ঘৰ; মহলাa storey or flat of a houseসমাৰ্থক শব্দখলপ · khalapa4.ঢাকনিa coverসমাৰ্থক শব্দখলপ · khalapaউৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ