← ফুৰি যাওকখলপkhalapaঅৰ্থ1.[সং. কল্প] তৰপ; বখলাa stratum; a layerসমাৰ্থক শব্দখলপা · khalapā2.থাকa shelfসমাৰ্থক শব্দখলপা · khalapā3.এটা ঘৰৰ ওপৰত সজা আন এটা ঘৰ; মহলাa storey or flat of a houseসমাৰ্থক শব্দখলপা · khalapā4.ঢাকনিa coverসমাৰ্থক শব্দখলপা · khalapāউৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ