← ফুৰি যাওককৰ্মীkarmīঅৰ্থ1.প্ৰকৱত কাম কৰোঁতাa real workerবি.সমাৰ্থক শব্দকৰ্ম্মী · karmmī2.কামিলাindustriousবিণ.সমাৰ্থক শব্দকৰ্ম্মী · karmmī3.(পু. অ.) কৰ্ম্মত অনুৰক্তattached to ritesবি.সমাৰ্থক শব্দকৰ্ম্মী · karmmīউৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ