← ফুৰি যাওককৰ্ম্মীkarmmīঅৰ্থ1.প্ৰকৱত কাম কৰোঁতাa real workerবি.সমাৰ্থক শব্দকৰ্মী · karmī2.কামিলাindustriousবিণ.সমাৰ্থক শব্দকৰ্মী · karmī3.(পু. অ.) কৰ্ম্মত অনুৰক্তattached to ritesবি.সমাৰ্থক শব্দকৰ্মী · karmīউৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ