← ফুৰি যাওককৰ্ম্মঠkarmmaṭhaঅৰ্থ1.কামত নিপুণ বা পাৰ্গত; কামত পটুskilful in workবিণ.সমাৰ্থক শব্দকৰ্মঠ · karmaṭha2.সদায় কামত লাগি থকা বা তেনে শক্তি থকাactive; diligentবিণ.সমাৰ্থক শব্দকৰ্মঠ · karmaṭhaউৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ