বেলে নৃত্য
be.le nri.tyo
অৰ্থ
1.
বেলে নৃত্য এক বিশেষ সৌষ্ঠৱপূৰ্ণ পশ্চিমীয়া ধ্ৰুপদী নৃত্য৷ ইটালীত আৰম্ভ হৈ ফৰাচী আৰু ৰাচিয়াত বিকশিত হয়৷
Ballet is a type of performance dance that originated in the Italian Renaissance courts of the 15th century and later developed into a concert dance form in France and Russia.
গুণবাচক বিশেষ্য
সমাৰ্থক শব্দ
উৎস: xobdo.org. সম্পূৰ্ণ উৎসৰ বিৱৰণ