← ফুৰি যাওক

নৃত্য-নাটিকা

অৰ্থ

1.

বেলে নৃত্য এক বিশেষ সৌষ্ঠৱপূৰ্ণ পশ্চিমীয়া ধ্ৰুপদী নৃত্য৷ ইটালীত আৰম্ভ হৈ ফৰাচী আৰু ৰাচিয়াত বিকশিত হয়৷

Ballet is a type of performance dance that originated in the Italian Renaissance courts of the 15th century and later developed into a concert dance form in France and Russia.

গুণবাচক বিশেষ্য

সমাৰ্থক শব্দ

উৎস: xobdo.org. সম্পূৰ্ণ উৎসৰ বিৱৰণ

নৃত্য-নাটিকা · অসমীয়া অভিধান