← ফুৰি যাওক

গৰমপানী

go.rom.pa.ni

অৰ্থ

1.

এলকহল নামৰ এক বৰ্ণহীন, উদ্বায়ী, দহনশীল দ্ৰৱ্যযুক্ত ৰাগীয়াল পানীয়

Intoxicating liquor containing a colorless volatile flammable liquid - C<sub>2</sub>H<sub>5</sub>OH

বস্তুবাচক বিশেষ্য

সমাৰ্থক শব্দ

2.

উতলা পানীত চাহগছৰ শুকান পাতৰ গুৰি তিয়াই প্ৰস্তুত কৰা আৰু গৰম বা ঠাণ্ডা অৱস্থাত পৰিৱেশন কৰা এবিধ দেহাক সজীৱতা প্ৰদান কৰিব পৰা পানীয়

a refreshing drink served cold or hot, prepared from a liquor extracted by infusing the dried leaves of tea plant in boiling water.

বস্তুবাচক বিশেষ্য

সমাৰ্থক শব্দ

3.

গোলাঘাট আৰু কাৰ্বি আংলং জিলাৰ সীমান্তবৰ্তী এখন ঠাই৷ ইয়াত এখন অভয়াৰণ্য আছে৷

A town in Golaghat district, Assam, India. National Highway 39 passes through Garampani. It is 25 km south of Golaghattown. It is located at an elevation of 117 m above MSL

সংজ্ঞাবাচক বিশেষ্য

4.

স্বাভাৱিক উঞ্চতাতকৈ বেচি উঞ্চ পানী৷

water having tempature more than average room tempature.

বস্তুবাচক বিশেষ্য

উৎস: xobdo.org. সম্পূৰ্ণ উৎসৰ বিৱৰণ