← ফুৰি যাওক

সুৰাসাৰ

অৰ্থ

1.

এলকহল নামৰ এক বৰ্ণহীন, উদ্বায়ী, দহনশীল দ্ৰৱ্যযুক্ত ৰাগীয়াল পানীয়

Intoxicating liquor containing a colorless volatile flammable liquid - C<sub>2</sub>H<sub>5</sub>OH

বস্তুবাচক বিশেষ্য

সমাৰ্থক শব্দ

উৎস: xobdo.org. সম্পূৰ্ণ উৎসৰ বিৱৰণ

সুৰাসাৰ · অসমীয়া অভিধান