← ফুৰি যাওক

মঙল

mo.ngol

অৰ্থ

1.

সূৰ্য্যৰ পৰা আঁতৰত চতুৰ্থ স্থানত থকা গ্ৰহটো

the planet fourth in order from the sun

সংজ্ঞাবাচক বিশেষ্য

সমাৰ্থক শব্দ

2.

ভাল বেয়া, ভূত ভবিষ্যত গণনা কৰা কাৰ্য্য৷

Some type of magical work(calculation) that can predict future.

কৃদন্ত বিশেষ্য

সমাৰ্থক শব্দ

উৎস: xobdo.org. সম্পূৰ্ণ উৎসৰ বিৱৰণ