← ফুৰি যাওকঔদাস্যaudāsyaঅৰ্থ1.অনুৰাগ নথকা গুণ; বৈৰাগ্যstoicismবি.সমাৰ্থক শব্দঔদাসীন্য · audāsīnya2.হেলা; অনাস্হা; অমনোযোগindifferenceবি.সমাৰ্থক শব্দঔদাসীন্য · audāsīnyaউৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ