← ফুৰি যাওক

ঔদাসীন্য

audāsīnya

অৰ্থ

1.

অনুৰাগ নথকা গুণ; বৈৰাগ্য

stoicism

বি.

সমাৰ্থক শব্দ

2.

হেলা; অনাস্হা; অমনোযোগ

indifference

বি.

সমাৰ্থক শব্দ

উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ

ঔদাসীন্য · অসমীয়া অভিধান