← ফুৰি যাওকওলোটা
অৰ্থ
1.ওভতা; ফিৰা; ঘূৰাই দি
to return; turn back; give back
সক. ধা.
সমাৰ্থক শব্দ
2.লুটিয়া; তলফাল ওপৰ কৰ্
to turn upside down
সক. ধা.
সমাৰ্থক শব্দ
3.আগ ফাল পাছ কৰ্
to turn back
সক. ধা.
সমাৰ্থক শব্দ
উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ