← ফুৰি যাওক

ওলটা

অৰ্থ

1.

ওভতা; ফিৰা; ঘূৰাই দি

to return; turn back; give back

সক. ধা.

সমাৰ্থক শব্দ

2.

লুটিয়া; তলফাল ওপৰ কৰ্

to turn upside down

সক. ধা.

সমাৰ্থক শব্দ

3.

আগ ফাল পাছ কৰ্

to turn back

সক. ধা.

সমাৰ্থক শব্দ

উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ