← ফুৰি যাওক

গায়ে-গায়ে

ga.ye-ga.ye

অৰ্থ

1.

দুই বা ততোধিক লোকৰ প্ৰত্যেক জনলৈ বা প্ৰত্যেক জনৰ পৰা

To or from every one of two or more (considered individually).

ক্ৰিয়া বিশেষণ

সমাৰ্থক শব্দ

উৎস: xobdo.org. সম্পূৰ্ণ উৎসৰ বিৱৰণ

গায়ে-গায়ে · অসমীয়া অভিধান