← ফুৰি যাওক

জনেপতি

jo.ne.po.ti

অৰ্থ

1.

দুই বা ততোধিক লোকৰ প্ৰত্যেক জনলৈ বা প্ৰত্যেক জনৰ পৰা

To or from every one of two or more (considered individually).

ক্ৰিয়া বিশেষণ

সমাৰ্থক শব্দ

উৎস: xobdo.org. সম্পূৰ্ণ উৎসৰ বিৱৰণ

জনেপতি · অসমীয়া অভিধান