← ফুৰি যাওক

মৰকুঁচীয়া

অৰ্থ

1.

প্ৰয়োজনতকৈ বেছি সময় লাগি কাম সমাধা কৰা অথবা এঠাইৰ পৰা আন ঠাইলৈ যাবলৈ প্ৰয়োজনতকৈ বেছি সময় লগা |

Taking relatively long time to do a thing

কৃদন্ত বিশেষণ

সমাৰ্থক শব্দ

2.

বমি আৰু হাগনিত ভূগি শুকাই-খীণাই যোৱা কেঁচুৱাৰ এবিধ ৰোগ

a disease of infants to become progressively weaker by chronic vomiting and diarrhea.

গুণবাচক বিশেষ্য

উৎস: xobdo.org. সম্পূৰ্ণ উৎসৰ বিৱৰণ