← ফুৰি যাওক

অৱসন্নতা

o.bo.xon.no.ta

অৰ্থ

1.

মানসিক বা শাৰিৰীক শক্তি ব্যয় হৈ যোৱাৰ ফলত অধিক কাম কৰিবলৈ নোৱাৰা হৈ যোৱা অৱস্থা।

the state of not able to work any more as energy has been spent already.

গুণবাচক বিশেষ্য

সমাৰ্থক শব্দ

উৎস: xobdo.org. সম্পূৰ্ণ উৎসৰ বিৱৰণ

অৱসন্নতা · অসমীয়া অভিধান