← ফুৰি যাওক

অৱসাদ

o.wo.xad

অৰ্থ

1.

মানসিক বা শাৰিৰীক শক্তি ব্যয় হৈ যোৱাৰ ফলত অধিক কাম কৰিবলৈ নোৱাৰা হৈ যোৱা অৱস্থা।

the state of not able to work any more as energy has been spent already.

গুণবাচক বিশেষ্য

সমাৰ্থক শব্দ

2.

মানসিক বিষন্নতা, অৱনমিত আত্মাভিমান আৰু আমোদজনক ক্ৰিয়াসমূহৰ প্ৰতি উদাসীনতা আদি প্ৰতিফলিত হোৱা এক মানসিক ৰোগ

a mental disorder characterized by an all-encompassing low mood accompanied by low self-esteem, and by loss of interest or pleasure in normally enjoyable activities

গুণবাচক বিশেষ্য

উৎস: xobdo.org. সম্পূৰ্ণ উৎসৰ বিৱৰণ

অৱসাদ · অসমীয়া অভিধান