← ফুৰি যাওক

অসুৰাৰি

o.xu.ra.ri

অৰ্থ

1.

সাধাৰণ ব্যক্তিতকৈ পৃথক, স্বৰ্গত বাস কৰা একোজন শক্তিমন্ত পুৰুষ৷

A personified supernatural being who special power and who is believed to live in the heaven as per many mythology and believes

জাতিবাচক বিশেষ্য

সমাৰ্থক শব্দ

উৎস: xobdo.org. সম্পূৰ্ণ উৎসৰ বিৱৰণ

অসুৰাৰি · অসমীয়া অভিধান