← ফুৰি যাওক

দেৱ

de.wo

অৰ্থ

1.

সাধাৰণ ব্যক্তিতকৈ পৃথক, স্বৰ্গত বাস কৰা একোজন শক্তিমন্ত পুৰুষ৷

A personified supernatural being who special power and who is believed to live in the heaven as per many mythology and believes

জাতিবাচক বিশেষ্য

সমাৰ্থক শব্দ

2.

কোনো ব্যক্তিক সন্মান সহকাৰে সম্বোধন কৰোতে নামৰ শেষত যোগ দিয়া হয়৷ যেনে- -বৰুৱা দেৱক দুআষাৰ কবলৈ অনুৰোধ জনালোঁ৷

added after someone`s name to adress him in respect.

গুণবাচক বিশেষ্য

3.

অতি মহান ব্যক্তিৰ নামৰ পাছত ব্যৱহাৰ হয়৷ যেনে শংকৰদেৱ, মাধৱদেৱ, হৰিদেৱ ইত্যাদি৷

it is used at the end of a persons name, with high dignity.

গুণবাচক বিশেষ্য

উৎস: xobdo.org. সম্পূৰ্ণ উৎসৰ বিৱৰণ

দেৱ · অসমীয়া অভিধান