গহীন-গম্ভীৰ
go.hin-gom.bhir
অৰ্থ
1.
ভদ্ৰ আচাৰ-ব্যৱহাৰ বিশিষ্ট (কোনো ব্যক্তি)।
(a person) refined in manners, well-bred and polite.
প্ৰকৃত বিশেষণ
সমাৰ্থক শব্দ
2.
শান্ত-সমাহিত হোৱা বাবে সন্মানৰ যোগ্য
calm and serious deserving respect.
প্ৰকৃত বিশেষণ
সমাৰ্থক শব্দ
উৎস: xobdo.org. সম্পূৰ্ণ উৎসৰ বিৱৰণ