বটি-খোৰা
bo.ti-kho`.ra
অৰ্থ
1.
আঘাত-প্ৰাপ্ত অথবা শাৰীৰিকভাৱে বাধাগ্ৰস্ত লোকে খোজ কঢ়াৰ সুবিধাৰ বাবে ব্যৱহাৰ কৰা এক সঁজুলি।
a tool used as support while walking by an injured or physically challenged person.
বস্তুবাচক বিশেষ্য
সমাৰ্থক শব্দ
2.
দুটা খুটিৰ গুৰিৰপৰা কিছু ওপৰত বিন্ধা কৰি তাত একোটা শলা সুমাই তাত ভৰি দি উঠি খোজ কঢ়া যতন
one of two poles, each with a support for the foot at some distance above the bottom end, enabling the wearer to walk with his or her feet above the ground
বস্তুবাচক বিশেষ্য
উৎস: xobdo.org. সম্পূৰ্ণ উৎসৰ বিৱৰণ