অসংগতি
o.xong.go.ti
অৰ্থ
1.
মিলৰ অভাৱ; আচল বা সু উপায়ৰ অভাৱ ৷
The quality of disagreeing; being unsuitable and inappropriate.
গুণবাচক বিশেষ্য
2.
স্বাভাৱিক আচৰণ বা আচাৰ-ব্যৱহাৰৰ পৰা বেলেগ হোৱা
a departure from normal practice or behaviour
গুণবাচক বিশেষ্য
সমাৰ্থক শব্দ
উৎস: xobdo.org. সম্পূৰ্ণ উৎসৰ বিৱৰণ