← ফুৰি যাওক

পালন কৰ্

pa.lon. kor

অৰ্থ

1.

বয়স বা পদমৰ্য্যদাত জ্যেষ্ঠ কোনো লোকে কৰিবলৈ কোৱা আৰু দিহা দিয়া মতে কাম কৰ্

to do what is ordered/commanded to do by some authority

সকৰ্মক ধাতু

সমাৰ্থক শব্দ

2.

আনন্দৰ মুহূৰ্ত্তত প্ৰীতি-মেল বা ভোজ-ভাতৰ আয়োজন কৰ্

to arrange/throw a party on a happy occasion

সকৰ্মক ধাতু

সমাৰ্থক শব্দ

3.

(কোনো নিয়ম বা ৰীতি-নীতি) মানি চল্ বা সেইমতে কাম কৰ্।

to conform to, comply with, or act in accordance with (some rules or practice).

সকৰ্মক ধাতু

উৎস: xobdo.org. সম্পূৰ্ণ উৎসৰ বিৱৰণ

পালন কৰ্ · অসমীয়া অভিধান