← ফুৰি যাওক

দোষ ধৰ্

do’x dhor

অৰ্থ

1.

কোনো ভুল ক্ৰুতিৰ বাব জগৰীয়া কৰ্ ৷

To charge a person with wrongdoing with proof/evidence

সকৰ্মক ধাতু

সমাৰ্থক শব্দ

2.

আনৰ দোষ বা ভুল-ত্ৰুটি খোচৰ্

To find fault and short-comings

সকৰ্মক ধাতু

সমাৰ্থক শব্দ

উৎস: xobdo.org. সম্পূৰ্ণ উৎসৰ বিৱৰণ

দোষ ধৰ্ · অসমীয়া অভিধান