দোষ দে
do`x de
অৰ্থ
1.
কোনো ভুল ক্ৰুতিৰ বাব জগৰীয়া কৰ্ ৷
To charge a person with wrongdoing with proof/evidence
সকৰ্মক ধাতু
সমাৰ্থক শব্দ
2.
প্ৰকাশ্যে ব্যক্ত নকৰাকৈ ভাৱেৰে কোনো এজনলৈ দোষ ঠেল্
to hold responsible by implication
সকৰ্মক ধাতু
উৎস: xobdo.org. সম্পূৰ্ণ উৎসৰ বিৱৰণ