খৰপোচ
khor.po`s
অৰ্থ
1.
কিবা কাম অতি খৰকৈ কৰাৰ প্ৰয়োজনীয়তা৷
urgent need of quick action;
গুণবাচক বিশেষ্য
সমাৰ্থক শব্দ
2.
আইনসঙ্গতভাৱে পৰিত্যাগ কৰা পত্নীক পতিয়ে দিবলগা ধন
Money payable by the husband to his legally divorced wife
বস্তুবাচক বিশেষ্য
সমাৰ্থক শব্দ
উৎস: xobdo.org. সম্পূৰ্ণ উৎসৰ বিৱৰণ