প্ৰত্যাহাৰ কৰ্
pro.tya.har kor
অৰ্থ
1.
অজ্ঞতা প্ৰকাশ কৰ্ বা দায়িত্ব মানি ল’বলৈ অপাৰগতা প্ৰকাশ কৰ্
to say that you have no responsibility for, or knowledge of, something that has happened or been done.
সকৰ্মক ধাতু
সমাৰ্থক শব্দ
2.
পূৰ্বতে দিয়া কোনো কাগজ, চুক্তি অথবা আদেশ ওভোতাই ল
To take back or withdraw something which has been signed or ordered earlier.
সকৰ্মক ধাতু
উৎস: xobdo.org. সম্পূৰ্ণ উৎসৰ বিৱৰণ