সাৰেংগী
sa.reng.gi
অৰ্থ
1.
<br><font size="4">কেইবাদালো তাঁৰ থকা বেহেলাৰ সদৃশ বাদ্যযন্ত্ৰ বিশেষ । </br>হিন্দী ভাষাৰ `<b>শ</b>` আৰু `<b>ৰঙ্গ</b>` শব্দ দুটা ল`গ লাগি `সাৰংগী` বা `সাৰঙ্গী` শব্দটোৰ উৎপত্তি হোৱা বুলি ধাৰণা কৰা হয় । সাৰংগীৰ শব্দ ১০০ বিধ ৰঙৰ সমান মনস্তুতিদায়ক আৰু অৰ্থবহুল বুলি কোৱা হয় - এতেকে সেই নাম ।</font>
A stringed musical instrument akin to violin.<br> The word sarangi is derived from two Hindi words: <b>sau</b> (meaning "hundred") and <b>rang</b> (meaning "colour"). This is because the sound of the sarangi is said to be as expressive and evocative as hundred colours.</br>
জাতিবাচক বিশেষ্য
সমাৰ্থক শব্দ
উৎস: xobdo.org. সম্পূৰ্ণ উৎসৰ বিৱৰণ