← ফুৰি যাওক

সাৰংগ

sa.rong.go

অৰ্থ

1.

ছাৰ্ভিদি পৰিয়ালৰ অন্তৰ্গত বহু-কোঠলীয়া পাকস্থলী যুক্ত বহুবিধ প্ৰাণীৰ যিকোনো এবিধ, যাৰ মতাবোৰৰ টান, সৰি পৰিব পৰা শিং থাকে ৷

any of several ruminants of the family Cervidae, most of the males of which have solid, deciduous antlers

জাতিবাচক বিশেষ্য

সমাৰ্থক শব্দ

2.

<br><font size="4">কেইবাদালো তাঁৰ থকা বেহেলাৰ সদৃশ বাদ্যযন্ত্ৰ বিশেষ । </br>হিন্দী ভাষাৰ `<b>শ</b>` আৰু `<b>ৰঙ্গ</b>` শব্দ দুটা ল`গ লাগি `সাৰংগী` বা `সাৰঙ্গী` শব্দটোৰ উৎপত্তি হোৱা বুলি ধাৰণা কৰা হয় । সাৰংগীৰ শব্দ ১০০ বিধ ৰঙৰ সমান মনস্তুতিদায়ক আৰু অৰ্থবহুল বুলি কোৱা হয় - এতেকে সেই নাম ।</font>

A stringed musical instrument akin to violin.<br> The word sarangi is derived from two Hindi words: <b>sau</b> (meaning "hundred") and <b>rang</b> (meaning "colour"). This is because the sound of the sarangi is said to be as expressive and evocative as hundred colours.</br>

জাতিবাচক বিশেষ্য

সমাৰ্থক শব্দ

উৎস: xobdo.org. সম্পূৰ্ণ উৎসৰ বিৱৰণ

সাৰংগ · অসমীয়া অভিধান