তোলপাৰ
to’l.par
অৰ্থ
1.
ব্যক্তিগত বা সামূহিকভাৱে প্ৰদৰ্শন কৰা অসন্মতি বা অসন্তুষ্টি
An individual or collective gesture or display of disapproval
গুণবাচক বিশেষ্য
সমাৰ্থক শব্দ
2.
প্ৰচণ্ডভাৱে এবাৰ তল, এবাৰ ওপৰ কৰা অবিৰত কাৰ্য্য |
The act of rolling up and down.
গুণবাচক বিশেষ্য
সমাৰ্থক শব্দ
3.
সমজুৱা উত্তেজনাৰ তুমুল বহিৰ্প্ৰকাশ| সাধাৰণতে কোনো ৰাজহুৱা ঘটনাৰ প্ৰতিক্ৰিয়া বা উত্তেজিত সঁহাৰি
great excitement (usually caused by public event) shown by a group of people; outburst of excitement
গুণবাচক বিশেষ্য
সমাৰ্থক শব্দ
উৎস: xobdo.org. সম্পূৰ্ণ উৎসৰ বিৱৰণ