নিৰ্ভৰযোগ্য
nir.bhor.jo`.gyo
অৰ্থ
1.
যাক বিশ্বাস বা ভৰষা কৰিব পৰা যায়
one who can be believed or relied upon
প্ৰকৃত বিশেষণ
সমাৰ্থক শব্দ
2.
অবিৰতভাৱে সুব্যৱহাৰ বা গুণ সম্পন্ন
Of consistently good character or quality
প্ৰকৃত বিশেষণ
উৎস: xobdo.org. সম্পূৰ্ণ উৎসৰ বিৱৰণ