← ফুৰি যাওক

সৰ্বনিম্ন

xor.bor.nim.no

অৰ্থ

1.

কোনো ক্ষেত্ৰত সম্ভৱপৰ আটাইতকৈ কম পৰিমাণ ৷

The least quantity assignable, admissible, or possible, in a given case.

প্ৰকৃত বিশেষণ

সমাৰ্থক শব্দ

2.

পদবী বা অৱস্থানৰ ক্ষেত্ৰত আটাইতকৈ তলত

Least high in position or status

প্ৰকৃত বিশেষণ

সমাৰ্থক শব্দ

উৎস: xobdo.org. সম্পূৰ্ণ উৎসৰ বিৱৰণ

সৰ্বনিম্ন · অসমীয়া অভিধান